কলিয়াবৰ আৰক্ষী চকীৰ অন্তৰ্গত দলগাঁওত দুৰ্ঘটনা

 09/11/2019 - 18:18

কলিয়াবৰঃ চলন্ত ট্ৰাকে মহতিয়াই নিয়ে বিদুৎতৰ খুটা আৰু সেই খুটা ভাগি ওচৰতে থকা চাইকেল আৰোহী আৰু পথচাৰিৰ ওপৰত বাগৰি পৰে। বিদুৎতৰ খুটা আৰু এই দুৰ্ঘটনাত গুৰুতৰভাবে আঘাত প্ৰাপ্ত হয় ৰাজু চতনামী আৰু অকলিমা খাতুন। আহ্ত কেইজনক জখলাবদ্ধা গ্ৰাম্য চিকিংসালয়লৈ প্ৰেৰণ কৰে। ট্ৰাকখন গোলাঘাটৰ পৰা দলগাঁওলৈ আহি থকাৰ পথত এই দুৰ্ঘটনা সংঘতিত কৰে। ট্ৰাক খনৰ নং as05a4268।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।