ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত নাম বাদ পৰিল ৫ লক্ষাধিক কোচ ৰাজবংশীৰ, প্ৰভাৱ ১২ঘণ্টীয়া অসম বন্ধৰ

 09/12/2019 - 13:17

শ্ৰীৰামপুৰঃ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত ৫ লক্ষাধিক কোচ ৰাজবংশী লোকৰ নাম বাদ পৰাৰ বিৰুদ্ধে ১২ ঘণ্টা অসম বন্ধ। পুৱা ৬ বজাৰ পৰা বিয়লি ৬ বজালৈ বন্ধ। বন্ধৰ আহ্বান জনাইছে কোচৰাজবংশী সন্মিলনে। উক্ত বন্ধৰ প্ৰভাৱ গোসাঁইগাঁও মহকুমাত সৰ্বাত্মক শ্ৰীৰামপুৰত আৱদ্ধ যান বাহন। বন্ধ থাকিব চৰকাৰী, বেচৰকাৰী অনুষ্ঠান, প্ৰতিষ্ঠান, হাট, বজাৰ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।