নলবাৰীৰ আৰক্ষীৰ জালত দুই ইৰাণী চোৰ

 09/12/2019 - 15:04

নলবাৰীঃ গৰু চুৰি আৰু গাড়ী চুৰি কাৰ্যত জড়িত দুই গভাইত চোৰ। নলবাৰী আৰক্ষীৰ জালত পৰা গভাইত চোৰ দুগৰাকী হ’ল নাজিম আলি আৰু নজিবুল হ’ক ওৰফে সোণতৰা৷ ধৃত দুই চোৰৰ ঘৰ নলবাৰীৰ কালাকুচি আৰু মাকালদোবাত। নলবাৰী সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তপন কলিতাৰ নেতৃত্বত আটক হ’ল দুই গভাইত চোৰ।

কিছু দিনৰ পৰা নলবাৰী আৰক্ষীৰ টোপনি হৰিছিল দুই চোৰে। আৰক্ষীয়ে জনোৱা মতে অসমত প্ৰৱেশ কৰা বৃহৎ ইৰাণী চোৰৰ দলটোৰ সৈতে সু সম্পৰ্ক আছে দুই চোৰৰ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।