ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ কৰ্মৰ নমুনা

 09/13/2019 - 12:56

কামপুৰঃ কঠিয়াতলী শিক্ষাখণ্ডত ১০.৩০ বজালে উপস্থিত নাই কৰ্মচাৰী। ১০.৩০ বজাত কাৰ্যালয়ৰ দুৱাৰ খোলে চতুৰ্থবৰ্গ কৰ্মচাৰীয়ে। পুৱা দহ বজালৈ জ্বলি থাকিল কাৰ্যালয়ৰ লাইট। কাৰ্যালয়টোৰ কৰ্মচাৰীসকল প্ৰতিদিনে পলম কৈ উপস্থিত হোৱাৰ অভিযোগ আহিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।