পথৰ দাঁতিত ১৫ কেজি ওজনৰ অজগৰ উদ্ধাৰ

 09/15/2019 - 15:15

কলিয়াবৰঃ কলিয়াবৰৰ নলতলিত শনিবাৰে এডাল প্ৰকাণ্ড অজগৰ সাপ উ্দ্ধাৰ হয়। অজগৰডাল পথৰ উপৰেদি গৈ থকা অৱস্থাত ৰাইজে প্ৰতক্ষ্য কৰি সাপডাল ধৰে। তাৰ পাছত শিলঘাট পাহাৰত অজগৰডাল এৰি দিয়ে। সাপডালৰ ওজন প্ৰায় ১৫ কেজি বুলি ৰাইজে জানিব দিয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।