কুখ্যাত গাড়ী চোৰ আনোৱাৰ হুছেইন আৰক্ষীৰ জালত

 09/16/2019 - 11:48

মিৰ্জাঃ মিৰ্জা আৰক্ষী থানাৰ বৃহৎ সাফল্য৷ মিৰ্জা আৰক্ষী থানাৰ দায়িত্বশীল বিষয়া আৰু মিৰ্জাৰ সচেতন ৰাইজৰ সহযোগত কুখ্যাত গাড়ী চোৰ আনোৱাৰ হুছেইন ওৰফে বগাক কৰায়ত্ত কৰিবলৈ সক্ষম হয়৷ মিৰ্জা গোপালপুৰৰ কোম্পানী এটাৰ সন্মুখত বাইক চুৰি কৰোতে ধৰা পৰিল বগা নামৰ চুৰ জন।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।