লামডিং ডেৰাপথাৰত উপস্থিত অসম প্ৰদেশ কংগ্ৰেছৰ সজাতি দল

 09/16/2019 - 13:12

লামডিংঃ হোজাই জিলা কংগ্ৰেছ সমিতিৰ ব্যৱস্থাপনাত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা আৰু প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন,ড০ অৰ্ধেন্দু কুমাৰদেৰ লগতে লামডিংৰ প্রাক্তন বিধায়ক স্বপনকৰ আৰু বহুকেইজন কংগ্ৰেছী নেতাৰ উপস্থিতিত কাকী ডেৰাপথাৰত এন আৰ চিৰ পৰা বাদপৰা ভাৰতীয় বৈধ নাগৰিক সকলৰ লগত অনুস্থিত হয় এক মত বিনিময় সভা| সহস্ৰাধিক ৰাইজৰ উপস্থিতিত অনুস্থিত হোৱা সভাখনত এন আৰ চিৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভ উজাৰে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে, লগতে কয় উপযুক্ত নথি পত্ৰ থকাৰ পিছতো এন আৰ চিৰ পৰা বাদ পৰিবলগীয়া হৈছে বহু খিলঞ্জীয়া আৰু হিন্দু বেঙ্গলি সকল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।