নগাঁৱত কাঞ্চনজঙ্ঘা চাবলৈ আহিল দৃষ্টিহীন ছাত্ৰ-ছাত্ৰী

 09/16/2019 - 15:17

নগাঁওঃ নগাঁৱত কৃষ্ণা  চিনেমা  হলত জুবিনৰ কাঞ্চনজঙ্ঘা বিয়লিৰ দৰ্শনী উপভোগ কৰিবলৈ আহিল বঢ়মপুৰ অন্ধ বিদ্যালয়ৰ প্ৰায় দুকুৰিৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে। জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ উদ্যোগত এইসকল ছাত্ৰ-ছাত্ৰীয়ে ছিনেমাখন উপভোগৰ সুবিধা লাভ কৰি উৎফুল্লিত হয়। দৃষ্টিহীন ছাত্ৰ-ছাত্ৰী সকলক সংগ দিয়ে অজয় ফুকন আৰু জুবিন ক্লাৱৰ সদস্যসকলে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।