পাটাছাৰকুচিৰ নিৰ্মল হালৈ কলেজত অৰ্ধনগ্ন নৃত্য

 09/16/2019 - 15:48

পাটাছাৰকুচিঃ কোন দিশে গতি কৰিছে আজিৰ যুৱসমাজ| যুৱ উশৃংখলতা যেন ক্ৰমান্বয়ে ধাৱমান হৈছে চৰম পৰ্যায়লৈ| এয়া কোনো বহিঃৰাজ্যৰ অথবা চিত্ৰহাৰৰ দৃশ্য নহয়, এয়া অসমৰে এখন মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভাৰ দৃশ্য| পাটাছাৰকুচিৰ নিৰ্মলহালৈ মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভাত প্ৰদৰ্শন কৰা হৈছে উদ্যম নৃত্যৰ দৃশ্য| এগৰাকী শিক্ষাৰ্থীৰ বাবে মন্দিৰস্বৰূপ বিদ্যালয়-মহাবিদ্যালয়ত এনেকুৱা নৃত্য প্ৰদৰ্শন কৰাটো সঁচাকৈয়ে লজ্জাজনক৷ এনে ক্ষেত্ৰত মহাবিদ্যালয়খনৰ কতৃপৰ্ক্ষ আৰু ছাত্ৰ একতা সভাৰ নিৰৱতাক লৈ চকু কপালত উঠিছে একাংশ সচেতন মহলৰ|

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।