মৰিগাঁৱৰ মৈৰাবাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উদযাপন

 09/16/2019 - 16:42

লাহৰীঘাটঃ মৈৰাবাৰী বিজেপিৰ উদ্যোগত উদযাপন কৰা হয় প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন। জন্মদিন উপলক্ষে মৈৰাবাৰী পঞ্চায়তৰ সভানেত্ৰী শ্বাহনাজ চুলতানাৰ নেতৃত্বত মৈৰাবাৰী এফ আৰ ইউৰ ৰোগী সকলৰ মাজত ফল-মূল বিতৰণ কৰে। সাত দিনীয়া কাৰ্যসূচীৰে পালন কৰা হ’ব প্ৰধানমন্ত্ৰীৰ জন্মদিন‌। আৰু বৃক্ষৰোপনৰ কাৰ্য্যসুচী ৰূপায়ন কৰা হ’ব বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে সভানেত্ৰী গৰাকীয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।