নগাঁৱৰ কঠিয়াতলী সমবায়ত সুলভমূল্যৰ চাউল বিচাৰি মহিলাৰ প্ৰতিবাদ

 09/16/2019 - 17:23

কামপুৰঃ সুলভমূল্যৰ চাউল বিচাৰি একাংশ মহিলাই তীব্ৰ উত্তেজনা বিৰাজ কৰে নগাঁৱৰ ৰাঙলুত। নগাঁৱৰ কঠিয়াতলী সমবায়ত সোমবাৰে ২০১৯-২০ বৰ্ষৰ সাধাৰণ সভা অনুস্থিত হয়। কিন্ত সভাৰ উপস্থিতি নোহোৱাত সমবায়ত এক হুলস্থূলীয়া পৰিবেশৰ সৃষ্টি হয়। যাৰ কাৰণে সমবায়ত আৰক্ষী মোতায়ন কৰিব লগা হয়। সভাপতি আশাফুল ইছলামক ঘেৰাও। চলিত মাহৰ চাউল বিতৰণ কৰা নাই সমবায় খনত। ইয়াকে লৈ উত্তেজিত হৈ পৰে স্থানীয় মহিলাসকলে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।