অভয়াপুৰীত যুৱকৰ আত্মহত্যা

 09/16/2019 - 18:14

অভয়াপুৰীঃ অভয়াপুৰীৰ সমীপৱৰ্তী তথা উত্তৰ শালমাৰা আৰক্ষী চকীৰ অন্তৰ্গত দুৰ্গাপুৰত চিপজৰী লোৱা অৱস্থাত উদ্ধাৰ এজন যুৱকৰ মৃতদেহ ।যুৱকজন পবিত্ৰ বৰ্মন বুলি চিনাক্ত কৰে। ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষী উদ্ধাৰ কৰে যুৱক জনক।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।