গাঁতত পৰি ১১ বছৰীয়া কিশোৰৰ মৃত্যু

 09/16/2019 - 18:54

ওদালগুৰিঃ ওদালগুৰি জিলাৰ ভুটিয়াচাং নদীত ননাই বালি মহলত অঘটন। বালি শিল মহলে অবৈধ ভাবে দ কৈ খন্দা গাঁতত পৰি ১১ বছৰীয়া কিশোৰৰ মৃত্যু। মৃত কিশোৰটোৰ নাম চঞ্জু তাঁতী(ধুলু)। স্থানীয় ৰাইজৰ তথা আদিবাসী ছাত্ৰ সন্থাৰ দাবী অতি সোনকালে ভুটিয়াচাং নদীৰ ননাই মহল বন্ধ কৰা। জেচিবিৰে ৩০ ফুট ৪০ ফুট দকৈ খান্দি দ' দ' গাতৰ সৃষ্টি কৰিছে যাৰ বাবে কিশোৰটোৰ মৃত্যু হ’ব

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।