নেপালত বিমান দুৰ্ঘটনা

 04/15/2019 - 18:36

ডিজিটেল ডেস্ক: নেপালত হেলিকপ্টাৰ আৰু বিমানৰ সংঘৰ্ষ। দুৰ্ঘটনাটোত ৩গৰাকী লোক থিতাতে নিহত হয়। দেওবাৰে সংঘটি হয় এই বিমান দুৰ্ঘটনা।

লুক্লা বিমান বন্দৰত ৰৈ থকা হেলিকপ্তাৰত খুন্দা মাৰে দুৰ্ঘটনাগ্ৰস্ত বিমানখনে। দুৰ্ঘটনাটোত পাইলটসহ ৪ গৰাকী লোক গুৰুতৰভাৱে আহত।

আহত লোককেইজনক চিকিৎসাৰ বাবে কাঠমাণ্ডুলৈ লৈ যোৱা হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।