মৰিগাঁৱৰ দন্দুৱা সাপমাৰিত ভয়ংকৰ অগ্নিকাণ্ড

 11/18/2019 - 11:52

মৰিগাঁওঃ মৰিগাঁৱৰ দন্দুৱা সাপমাৰিত ভয়ংকৰ অগ্নিকাণ্ড৷ ছায়েদুৰ ৰহমান নামৰ ব্যক্তিজনৰ ঘৰত এই অগ্নিকাণ্ড৷ জানিব পৰামতে চিলিণ্ডাৰ বিস্ফোৰনৰ ফলত সংঘটিত হৈছে এই বৃহৎ অগ্নিকাণ্ড৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।