মহম্মদ মহচিনৰ নিলম্বনৰ আদেশ উঠাই ল’লে নিৰ্বাচন আয়োগে

 04/22/2019 - 15:31

ডিজিটেল ডেস্কঃ IAS অফিচাৰ মহম্মদ মহচিনৰ নিলম্বনৰ আদেশ উঠাই ল’লে নিৰ্বাচন আয়োগে।

উল্লেখ্য যে প্ৰধান মন্ত্ৰীৰ হেলিকপ্টাৰত তালাচী চলোৱাৰ বাবে IAS অফিচাৰ মহম্মদ মহচিনক নিৰ্বাচন আয়োগে চাকৰিৰ পৰা নিলম্বন কৰিছিল।

দেশৰ সচেতন জনগণৰ প্ৰতিবাদত সেও মানি বিষয়াজনৰ নিলম্বনৰ আদেশ উঠাই লবলৈ বাধ্য হ’ল নিৰ্বাচন আয়োগ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।