চিলিং ফেন খহি প্ৰিজাইডিং বিষয়া নিহত

 04/23/2019 - 19:01

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ আজি তৃতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া৷ এই শেষৰটো দিনতে উত্তৰ প্ৰদেশত সংঘটিত হ’ল এক দুৰ্ভাগ্যজনক ঘটনা৷

ভোটগ্ৰহণৰ কাৰ্য চলি থকাৰ সময়তে চিলিং ফেন খহি পৰি প্ৰিজাইডিং বিষয়া এগৰাকী নিহত হয়৷ উত্তৰ প্ৰদেশৰ এটা লোকসভা সমষ্টিত ভোটকেন্দ্ৰটোৰ দায়িত্বত আছিল প্ৰিজাইডিং বিষয়াগৰাকী৷

উক্ত ঘটনাটোৰ পিছতে উত্তৰ প্ৰদেশৰ সেই ভোটকেন্দ্ৰটোত ভোটগ্ৰহণৰ কাৰ্য স্থগিত হৈ পৰে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।