ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ৬

 04/27/2019 - 13:32

ডিজিটেল ডেস্কঃ ছত্তীশগড়ত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। ছত্তীশগড়ৰ বলৰামপুৰ জিলাৰ আমেৰি গাঁৱত সংঘটিত হোৱা দুৰ্ঘটনাটোত নিহত হৈছে ৬জনকৈ লোক।

আনহাতে দুৰ্ঘটনাটোত গুৰুতৰ ভাৱে আহত হৈছে ১৩জন লোক।

আহত আটাইকেইজনক ততাতৈয়াকৈ স্থানীয় লোকে আৰক্ষীৰ সহায়ত হাস্পতালত ভৰ্তি কৰায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।