বজাৰলৈ আহিব ২০ টকীয়া নতুন নোট

 04/27/2019 - 14:45

ডিজিটেল ডেস্ক: ৰিজাৰ্ভ বেংকে অতি সোনকালে নতুন ২০ টকীয়া নোট মুকলি কৰিব। এই নোটখনৰ ৰং হালধীয়া-সেউজীয়া হ'ব।

এই নোটখনত নতুন গভৰ্ণৰ শক্তিকান্ত দাসৰ সাক্ষৰ থাকিব বুলি ৰিজাৰ্ভ বেংকে জানিবলৈ দিয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।