প্ৰচণ্ড ধুলিৰ ধুমুহা উত্তৰ গুৱাহাটীত দিনতে নিশা সদৃশ পৰিবেশ

 04/15/2020 - 15:05

উত্তৰ গুৱাহাটী: আজি দিনৰ ১২:৩০ বজাত এজাক প্ৰচণ্ডভাৱে অহা ধুমুহা বতাহে কপালে উত্তৰ গুৱাহাটী। বিহু মাজতে উভতি বৰদৈচিলা মাকৰ ঘৰলৈ। ধুলিৰ প্ৰকোপত দিনতে নিশাৰ পৰিবেশ। বতাহ জাকৰ প্ৰকোপত উঘালি পৰিল নৈ পাৰৰ গছ। উৰুৱাই নিলে বহু ঘৰৰ টিন পাত।

এতিয়াও প্ৰকৃত ক্ষয় ক্ষতি পৰিমাণ জানিব পৰা হোৱা নাই।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।