অসম চৰকাৰলৈ সাহায্য ফাইনাৰৰ

 04/15/2020 - 16:04

ডিজিটেল ডেস্ক: দেশৰ এই দুঃসময়ত বিভিন্নজনে আৰ্তজনক সাধ্যানুসাৰে সহায় কৰাৰ লগতে অসম চৰকাৰলৈও সাহায্য আগবঢ়াই আহিছে।ফেডাৰেচন অফ ইণ্ডাট্ৰিজ এণ্ড কমাৰ্ছ অফ নৰ্থ-ইষ্ট ৰিজন চমুকৈ ফাইনাৰেও অসম চৰকাৰলৈ মন্ত্রী হিমন্ত বিশ্বৰ শৰ্মাৰ হাতত ৫০ লাখ টকাৰ সাহায্য প্ৰদান কৰে।

 ফাইনাৰৰ সভাপতি পবিত্র বৰগোহাঁইয়ে উপসভাপতি বজৰঙ লহিয়া সহিতে মন্ত্রীজনক চেকযোগে এই সাহায্য প্ৰদান কৰে। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।