ৰঙিয়াত আৰক্ষীক বিহুৱান প্ৰদান

 04/16/2020 - 16:14

ৰঙিয়াদীৰ্ঘদিনীয়া ল'কডাউনৰ সময়টো নিজৰ পৰিয়ালক বাদ দি নিয়াৰিকৈ নিজৰ কৰ্তব্য পালন কৰি আহিছে আৰক্ষীৰ লোকসকলে। আনকি বিহুৰ সময়টো আৰক্ষীৰ লোকসকলে নিজৰ দায়িত্ব পালন কৰি আহিছে।

এনে সময়তে ৰঙিয়া জিলা কৰ্মচাৰী পৰিষদে ৰঙিয়াত আৰক্ষীৰ লোকসকলক উৎসাহ দিয়াৰ উদ্দেশ্য কৰ্তব্যৰত আৰক্ষীসকলক বিহুৱান প্ৰদান কৰে ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।