মানকাচৰৰ ভাৰত বাংলাদেশ সীমান্তত আৰক্ষীৰ অভিযান

 04/17/2020 - 18:21

মানকাচৰ: মানকাচৰৰ ভাৰত বাংলাদেশ সীমান্তত আৰক্ষীৰ অভিযান সীমান্তবৰ্তী কুচনীমাৰা এম ই স্কুলৰ কাষৰ পৰা বৃহৎ পৰিমাণৰ নিচা জাতীয় সামগ্ৰী উদ্ধাৰ কৰা হৈছে।

কাঁইটীয়া তাৰৰ বেৰৰ ওপৰেদি বাংলাদেশলৈ দলিয়াবলৈ আনিছিল দুৰ্বৃত্তই তেনে সময়ত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে দুই কাৰ্টুন নিচা জাতীয় সামগ্ৰী কাকো কৰায়ত্ত কৰিব পৰা হোৱা নাই ১২৯৬ টা স্পাছ ৰোক্সি প্লাছ আৰু ৩৬০ টা rolekhso কফ শিৰাফ জব্দ কৰা হৈছে 

সামগ্ৰী খিনিৰ মূল্য প্ৰায় ডেৰ লাখ টকা হব বুলি জানিব পৰা গৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।