বিজনী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ স্বৰ্গীয় উদয় চন্দ্ৰ দাসৰ পত্নী প্ৰভাৱতী দাসৰ বিয়োগ

 04/23/2020 - 14:53

বিজনীবিজনী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ স্বৰ্গীয় উদয় চন্দ্ৰ দাসৰ পত্নী প্ৰভাৱতী দাস ( ৭৩) বয়সত বুধবাৰে ৰাতিপুৱা ৭ বজাত গুৱাহাটীৰ ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে।

জানিব পৰা মতে ১৮ এপ্ৰিল হঠাতে শাৰীৰিকভাৱে অসুস্থ হোৱাত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিলে। প্ৰভাৱতী দাসৰ মৃত্যুত বিজনী আঞ্চলিক ছাত্ৰ সন্থা, বিজনী শাখা সাহিত্য সভা, বিজনী মহাবিদ্যালয়ে গভীৰ শোঁক প্ৰকাশ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।