ৰূপহীহাটৰ ৰাইজৰ মাক্স বিতৰণ NSUI কৰ্মীৰ

 04/27/2020 - 13:24

জুৰীয়াৰূপহীহাটৰ বিধায়ক নুৰুল হুদাৰ ব্যৱস্থাপনাত ৰূপহীহাটৰ আন আন গাঁও পঞ্চায়তৰ লগতে গড়াজানতো কংগ্ৰেছ কৰ্মী তথা কংগ্ৰেছ ভাতৃ সংগঠন NSUI ৰ সহযোগত ৰাইজৰ মাজত মাক্স বিতৰণ কৰা হয়। সামাজিক দূৰত্ব বজাই ৰাখি প্ৰায় শতাধিক ৰাইজক মাক্স বিতৰণ কৰে NSUI ৰ কৰ্মী সকলে।

লগতে মহামাৰী ক'ৰণাৰ পৰা বাছি থাকিবলৈ সামাজিক দূৰত্ব বজাই ৰাখিবৰ বাবে চৰকাৰে আহ্বান জনোৱা লকডাউন মানি চলিবলৈ অনুৰোধ জনায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।