05/10/2020 - 16:31
in
ডবকা: ডবকা আৰক্ষীয়ে আজি দেওবাৰে দোকান-পোহাৰ বন্ধ থকাৰ বাবে সমগ্ৰ ডবকা নগৰখনতে চাফাই অভিযান চলায়। দিনক-দিনে ক'ৰণা দ্ৰত গতিত বৃদ্ধি পোৱাৰ বাবে ডবকা আৰক্ষীয়ে এনেধৰনৰ পদক্ষেপ গ্ৰহন কৰে।
লগতে ডবকা নগৰৰ সকলো দোকানী যাতে দোকান-পোহাৰ খোলাৰ আগত চাফ চিকুন কৰি ৰাখে তাৰে প্ৰতি আহ্বান জনালে ডবকা আৰক্ষীয়ে।
ডবকা আৰক্ষীয়ে বিজানু প্ৰতিৰোধৰ বাবে ডবকা নগৰখনত চেনিটাইজাৰৰ ব্যৱস্থা কৰে।