by PratibimbaLive 05/18/2020 - 17:45 in ৰাজ্য 0 Comment গোলাঘাট: গোলাঘাটত দুজনৰ শৰীৰত COVID-19 পজিটিভ। অসমত কৰ'নাত আক্ৰান্তৰ সংখ্যা ১০৪ লৈ বৃদ্ধি। গোলাঘাটৰ কাজিৰঙা কোৱাৰেণ্টাইন চেণ্টাৰত আছিল যুৱক দুজন। যুৱক দুজনৰ ঘৰ গোলাঘাট কাছমাৰীৰত। প্ৰতিবিম্ব লাইভ 'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।