শিৱসাগৰত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ তীব্ৰ প্ৰতিবাদ

 09/26/2020 - 14:07

 

 

শিৱসাগৰঃ শিৱসাগৰৰ মাজমজিয়াত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কৃষক বিৰোধী আইনৰ প্ৰতিলিপি দাহেৰে প্ৰতিবাদ সাব্যস্ত৷ শাসকীয় বিজেপিয়ে সংসদত বিৰোধীৰ মতক নসাৎ কৰি ফেচিষ্ট কায়দাৰে কৃষক বিৰোধী আইনখন জাপি দিয়াৰ অভিযোগ৷ অতি শীঘ্ৰে এই আইনখন চৰকাৰে বাতিল নকৰিলে আন্দোলন তীব্ৰতৰ কৰি তোলাৰ হুংকাৰ৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।