07/19/2019 - 16:15
in
ডিজিটেল ডেস্কঃ চূড়ান্ত এনআৰচিৰ খচৰা প্ৰকাশৰ প্ৰাকক্ষণত বাংলাদেশৰ বৈদেশিক মন্ত্ৰী এ কে আব্দুল মোমেনে প্ৰকাশ কৰে যে এনআৰচিত চিনাক্ত হোৱা বাংলাদেশীৰ বোজা বহন নকৰে ঢাকাৰ চৰকাৰে।
তেওঁ উল্লেখ কৰে যে ৭৫ বছৰ ধৰি ভাৰতত বসবাস কৰা লোকসকল ভাৰতৰেই নাগৰিক।