কৰ'ণা ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধক লৈ সজাগতাৰ অভাৱঃ লকডাউনৰ সময়ত মঙলদৈৰ বিভিন্ন অঞ্চলত ওলাই অহা একাংশক আৰক্ষীয়ে দিলে শিক্ষা

 03/26/2020 - 14:15
 
 
 
মঙলদৈঃ ৰাইজৰ মাজত এতিয়াও লকডাউন তথা কৰ'ণা ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধক লৈ সজাগতাৰ অভাৱ। লকডাউনৰ সময়ত মঙলদৈৰ বিভিন্ন অঞ্চলত ওলাই অহা একাংশক আৰক্ষীয়ে দিলে শিক্ষা৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।