ৰাজ্য

 লংকাঃ বস্তু চাফা কৰা পাউদাৰ বিক্ৰী কৰিবলৈ অহা লোকৰ পৰা সাৱধান হওক। নহ’লে বস্তু চাফা কৰাৰ নমুনা দেখুৱাবলৈ গৈ আপোনাৰ ঘৰৰপৰা...

  0
 PratibimbaLive     Jun 24, 2019     0

মুছলপুৰ: মানুহজনৰ নাম গীতুমনি বৈশ্য৷ পত্নী আৰু এজনী কন্যা সন্তানৰ সৈতে এখন সুখৰ সংসাৰ৷ বাক্সা জিলাৰ বৰমা ৰাজহ চক্ৰৰ অন্তৰ্গত...

  0
 PratibimbaLive     Jun 24, 2019     0

বৰপেটা: সত্ৰ নগৰী বৰপেটাৰ সমাজ জীৱনৰ ঐক্য-সম্প্ৰীতি বিনষ্ট কৰি সাম্প্ৰদায়িক সংঘাত-সংঘৰ্ষ সৃষ্টিৰ উদ্দেশ্যেৰে উগ্ৰ হিন্দুত্ববাদী...

  0
 PratibimbaLive     Jun 24, 2019     0

নাজিৰা: শিৱসাগৰ জিলাৰ বাৰ্তাজীৱী সংঘ আৰু শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়, শিৱসাগৰ প্ৰেছ ক্লাব, হাঁহচৰা...

  0
 PratibimbaLive     Jun 24, 2019     0

তিতাবৰ: বানৰ কৱলৰ পৰা উদ্ধাৰ কৰিবলৈ চৰকাৰে মাজুলীৰ পৰা আনি তিতাবৰৰ ডাংধৰা গ্ৰাণ্টত স্থানান্তৰ কৰিছিল শ্ৰী শ্ৰী কৰতি পাৰ সত্ৰখন।...

  0
 PratibimbaLive     Jun 24, 2019     0

বেছিমাৰী: বেছিমাৰী চিকিৎসালয়ৰ নিৰ্মাণৰ কাম চলি থকাৰ সময়তে সংঘটিত হৈছে ব্যাপক দুৰ্নীতি৷ উক্ত কামত অতি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ...

  0
 PratibimbaLive     Jun 24, 2019     0

ৰঙিয়া: ৰঙিয়া ৰে'লৱে মাণ্ডলিক প্ৰবন্ধকৰ কাৰ্যালয়ৰ সন্মুখত চাপ্লাই এচ'চিয়েচনৰ কৰ্মীসকলে আজি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। ডি আৰ এম...

  0
 PratibimbaLive     Jun 24, 2019     0

ডুমডুমাঃ ভূত, ভূত, ভূত। তিনিচুকীয়া জিলাৰ ডুমডুমাৰ বৰডুবি চাহ বাগিচাত এতিয়া অকল ভূতৰ আতংক ! ভূতৰ আতংকৰ ফলত বহু শ্ৰমিকে বাগিচাৰ...

  0
 PratibimbaLive     Jun 24, 2019     0

Pages