ৰাজ্য

জুৰীয়াঃ জুৰীয়াৰ দগাঁৱত দেওবাৰে নিশা এটা চোৰে দুখনকৈ মবাইলৰ দোকানত চুৰি কাৰ্য সংঘটিত কৰাৰ দৃশ্য বন্দী হৈছে দোকান খনত সংলগ্ন চি চি...

  0
 PratibimbaLive     Aug 20, 2019     0

গোলাঘাটঃ গোলাঘাটৰ এখন বিদ্যালয়ত চাঞ্চল্যকৰ ঘটনা। কোনো কাৰণ নোহোৱাকৈ জ্বলি উঠে এখন ব্যক্তিগত বিদ্যালয়। এবাৰ নহয় তিনিবাৰকৈ...

  0
 PratibimbaLive     Aug 20, 2019     0

চামগুৰিঃ নগাঁও জিলাৰ শালনা আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ত এডাল অভিলেখকাৰি অজগৰ উদ্ধাৰ হয়। অঞ্চলত পূৰ্বে কেতিয়াও উদ্ধাৰ হোৱা নাছিল...

  0
 PratibimbaLive     Aug 20, 2019     0

খাৰুপেটিয়াঃ খাৰুপেটীয়াৰ এখন নদীত মাছৰ সলনি ঔষধৰ উজান। সোমবাৰে দৰঙৰ খাৰুপেটীয়া নিকটৱৰ্তী কালাপানী নৈত মাছমৰীয়া সকলে মাছ ধৰি থকাৰ...

  0
 PratibimbaLive     Aug 20, 2019     0

মৰিগাঁওঃ মধ্য অসমৰ ৰাজনীতিত গুৰুত্বপূৰ্ণ ভুমিকা লৈ অহা জাতীয় ঐক্যমঞ্চ চামিল হ’ব শাসকদল বিজেপিত৷ বত্তৰ্মানৰ বিজেপি বিধায়ক ৰমাকান্ত...

  0
 PratibimbaLive     Aug 20, 2019     0

লাহৰীঘাটঃ মৰিগাঁৱৰ জিলাৰ ভূৰাগাঁও আৰক্ষী থানাৰ অন্তৰ্গত ২নং বৰকুৰ গাঁৱত সংঘটিত হয় এক শোকাবহ ঘটনা। পানীত পৰি সলিল সমাধি ঘটে ৬...

  0
 PratibimbaLive     Aug 20, 2019     0

কৰিমগঞ্জঃ কৰিমগঞ্জৰ এখন বিদ্যালয়ত শনিবাৰে দিনৰ 11 বজাৰ পৰা এজনো শিক্ষক পোৱা নগল। বিদ্যালয় খনৰ নাম চেৰুলভাগ মাৰেৰা এম ই স্কুল।...

  0
 PratibimbaLive     Aug 20, 2019     0

শুৱালকুছিঃ কামৰূপ জিলাৰ জালুকবাৰী সমষ্টিৰ অন্তৰ্গত বংশৰৰ কলবাৰীত কলাজল নদীৰ গৰখহনীয়াই বংশৰৰ কুলহাটী সংযোগী গড়কাপ্তানি পথলৈ সংকট...

  0
 PratibimbaLive     Aug 20, 2019     0

Pages